ধনু

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

তদুপৰি আপুনি কোনো উত্সৱ-পাৰ্বনৰ সৈতে জড়িত হব পাৰে। আপোনাৰ জীৱনত সুখ ভৰি থাকিব।

Sentinel Digital Desk

প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত খৰধৰকৈ লোৱা সিদ্ধান্ত আত্মক্ষয়ী হব পাৰে। সকলো সময়তে আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা হাতৰ মুঠিত থকা বুলি গণ্য নকৰিব। আপুনি যোগাযোগৰ সুকীয়া পথ মুকলি কৰি ৰখা উচিত। আজি আপুনি মানসিক শান্তি পাব। তদুপৰি আপুনি কোনো উত্সৱ-পাৰ্বনৰ সৈতে জড়িত হব পাৰে। আপোনাৰ জীৱনত সুখ ভৰি থাকিব।