ধনু

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

Sentinel Digital Desk

পৰিস্থিতি সহজভাবে লওক। এনে দৃষ্টিভংগীয়ে আপোনাৰ সহজ কৰি তুলিব বিশেষকৈ যেতিয়া আপোনাৰ প্ৰেমিক বা প্ৰেমিকা ভাল মুডত নাথাকিব। অ-প্ৰয়োজনীয়ভাবে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। ধন টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হৈ থাকিব। আপোনাৰ ঋণ প্ৰত্যৰ্পিত হব। অৱশ্যে কৰ্মস্থলীত আপুনি কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হব পাৰে। আজি আপোনাৰ কৰ্ম-স্পৃহা অটুট থাকিব।