ধনু

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

Sentinel Digital Desk

আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে এক সুষম-মসৃণ সম্পৰ্ক স্থাপিত হব। আপোনালোক ইজনে সিজনৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটোৱে হৃদয়ৰ পাত্ৰ-পাত্ৰীক অভিভুত কৰিব। দিনটোৰ শেষৰফালে এক চুটি ভ্ৰমণ হাতত লব পাৰে। আৰু আপুনি ঘৰুৱা বয়বস্তু ক্ৰয়ত হিচাপ নোহোৱাকৈ ধন খৰচ কৰিব।