ধনু

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

Sentinel Digital Desk

আপুনি আজি এক ভালদিনৰ দিশে অগ্ৰসৰ হৈছে। আজি আপুনি কৰিবলগা বহুখিনি থাকিব। আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিবাহৰ প্ৰস্তাৱ দিব পাৰে। আপুনি কিছু আঁচনি—ৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰিব। এই আঁচনি-পৰিকল্পনাসমূহ ৰূপায়িত কৰিবলৈ আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাক পূৰ্ণ সমৰ্থন দিব আৰু আপুনি উজলি উঠিব।