ধনু

বৃষ (২১ এপ্ৰিলৰ পৰা ২১মেলৈ)

ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হব আৰু আপুনি ব্যৱসায় প্ৰসাৰণৰ বাবে ঋণ লাভ কৰিব।

Sentinel Digital Desk

আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হব। আপুনি বন্ধুৰ দৰে আপোনাৰ সন্তানৰ তত্বাৱধান লব। আপুনি আপোনাৰ পিতৃ-মাতৃৰ প্ৰতিও শ্ৰদ্ধা আৰু মৰম দেখুৱাব। তদুপৰি আপুনি নতুন কিছু শিকাৰ সংযোগ পাব। ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হব আৰু আপুনি ব্যৱসায় প্ৰসাৰণৰ বাবে ঋণ লাভ কৰিব।