বৃশ্বিক

বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

Sentinel Digital Desk

আজিৰ দিনটো আপোনাৰ বাবে প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত এক বিশেষ দিন। ৰোমাণ্টিক  হবলৈ বিচৰা অপোনাৰ বহুদিনীয়া আশা পূৰণ হব।  আপুনি উষ্ম আদৰণী পাব। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে নিৰলে সময় কটোৱাৰ সুযোগ পাব।