বৃশ্বিক

বৃশ্চিক. ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপুনি পৰিয়ালৰ সমস্যা অথবা বিত্তীয় সমস্যা সমাধানৰ চেষ্টা কৰিব।

Sentinel Digital Desk

বৃশ্চিকপ্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত বিচাৰ-বিবেচনাশূন্য নহব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক যথাযোগ্য স্থান দিয়ক। সম্পৰ্কৰ ক্ষেত্ৰত নতুন নিৰৱচ্ছিন্ন ধ্যান-ধাৰণাৰ প্ৰয়োজন। এই ধ্যান-ধাৰণা এনে হোৱা উচিত যিয়ে বাৰিষাৰ অতি উষ্ণ দিন এটাত অহা বৰষুণৰ লেখীয়া কাম কৰে। আপুনি পৰিয়ালৰ সমস্যা অথবা বিত্তীয় সমস্যা সমাধানৰ চেষ্টা কৰিব। তাৰ মাজতে আপুনি ভৱিষ্যতৰ পৰিকল্পনাও কৰিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হব।