বৃশ্বিক

বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

তদুপৰি কামৰ গধুৰ বোজাই আপোনাৰ মনত অস্থিৰতাৰ সৃষ্টি কৰিব। আপোনাৰ স্বাস্থ্যও ভালে নাথাকিব।

Sentinel Digital Desk

আজি আপুনি অধস্তন কৰ্মচাৰীৰ সৈতে অৰ্থহীন বিবাদত লিপ্ত হব। আপোনাৰ কৰ্ম-শৈলীক লৈ তেওঁলোক ক্ষুব্ধ হব। তদুপৰি কামৰ গধুৰ বোজাই আপোনাৰ মনত অস্থিৰতাৰ সৃষ্টি কৰিব। আপোনাৰ স্বাস্থ্যও ভালে নাথাকিব। অৱশ্যে আনৰ সৈতে আপোনাৰ সম্পৰ্কৰ কিছু উন্নত হব। আপুনি তেওঁলোকৰ মতামত গ্ৰহণ কৰিব।