বৃশ্বিক

বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

Sentinel Digital Desk

অতীতৰ প্ৰেম-বিচ্ছেদৰ ধটনাই আপোনাক কোনোবাজনৰ নেতিবাচক দিশ মানি লবলৈ বাধ্য কৰিব আৰু আপুনি অধিক বুজা-পৰাৰ গুণ আয়ত্ব কৰিব। ইয়ে আপোনাৰ জীৱনত ঘটিবলৈ গৈ আছে। ধনৰ বাল আগমণ ঘটিব। কিন্তু আপুনি ধন বা বিত্তীয় দিশত সাৱধান হোৱা উচিত। কোনো অচিনাকী ব্যক্তিক বিশ্বাসত নলব।