বৃশ্বিক

বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

Sentinel Digital Desk

সাৱধানতাক উৰুৱাই নিদিব। যদিহে তাকে কৰে তেন্তে আপুনি বিপদৰ গৰাহত পৰিব আৰু উদ্ধাৰৰ বাবে কোনো লোককে নাপাব। এয়া এনে সময়, যি সময়ত আপুনি লাহে লাহে আগবঢ়া উচিত। আপোনাৰ বাবে সময় অনুকূল। আপুনি কাম-কাজ উত্সাহেৰে কৰিব। আয়ৰ নতুন পথ মুকলি হব।