বৃষ

বৃষ,২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

Sentinel Digital Desk

আপোনাৰ সংগীৰ সৈতে সুষম সম্পৰ্ক স্পষ্ট হৈ উঠিব। অৱশ্য়ে প্ৰত্যাশা অনুসৰি সুফল লাভ নকৰিব পাৰে। গতিকে কামত আপুনি অধিক গুৰুত্ব আৰোপ কৰিবলগীয়া হব পাৰে। আপোনাৰ বিত্তীয় অৱস্থাৰ উন্নতি সাধন ঘটিব। আপুনি ধাৰে দিয়া ধন ওভতাই লাভ কৰিব। আপুনি এয়া আশা নকৰাকৈ ভাল ফল লাভ কৰিব।