বৃষ

বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

সংগীৰ সৈতে কিছু সময় একেলগে কটালে দুঃশ্চিন্তা দূৰ হব।

Sentinel Digital Desk

ব্যস্তাতৰ মাজতে আপুনি কামৰ পৰা কিছু অব্যাহতি লব আৰু সংগীৰ সৈতে ফুৰিবলৈ ওলাই যাব। বহিঃকাৰকৰ বাবে আপোনাৰ সম্পৰ্কত চিন্তা বৃদ্ধি পাব পাৰে। সংগীৰ সৈতে কিছু সময় একেলগে কটালে দুঃশ্চিন্তা দূৰ হব। আপোনাৰ  বিত্তীয় অৱস্থা ভালে থাকিব। লাভালাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব।