বৃষ

বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

Sentinel Digital Desk

বৃষ

কামৰ হেঁচা আৰু পেশাগত কাৰণত আজি আপুনি এক বিশেষ ক্ষণতো প্ৰেমাস্পদৰ পৰা আঁতৰত থাকিব। আপুনি হৃদয়ৰ সংগীক এক ছাৰপ্ৰাইজ দিয়াৰ আঁচনি লব। আপুনি ধৰ্মীয় বা দাতব্য কাম-কাজত ব্যস্ত থাকিব। আপোনাৰ ৰাজনীতিৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব আৰু কিছু প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত থাকিব।