বৃষ

বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

Sentinel Digital Desk

আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু হ্ৰাস্যৰসৰ জৰিয়তে প্ৰতিজন ব্যক্তিকে মুগ্ধ কৰিবলৈ সক্ষম হব। আপুনি কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব। আপুনি বহুতৰে হৃদয় জয় কৰিবলৈ সক্ষম হব। আজি স্বামী-স্ত্ৰীৰ মাজৰ পাৰস্পৰিক বুজা-পৰা উচ্চ হব। আপোনাৰ গ্ৰহ-গতিৰ অৱস্থান সলনিৰ লগে লগে পৰিস্থিতিও সলনি হব। আপোনালোক পৰস্পৰে পৰস্পৰৰ অনুভূতিক সন্মান জনাব।