কন্যা

কন্যা(২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)

Sentinel Digital Desk

আপোনাৰ বেয়া দিনৰ অন্ত পৰিছে। কিছু ৰহস্যজনক কিবা ঘটিব পাৰে। আপুনি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হব। বাধা-বিঘিনীৰ মাজতো আপুনি কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হব। সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হব। সংগী অধিক আস্থাভাজন হব।