কন্যা

কন্যা( ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)

Sentinel Digital Desk

নিয়মীয়া কাম-কাজতে আজি আপুনি দিনটোৰ অধিকাংশ সময় পাৰ কৰিবলগীয়া হব পাৰে। প্ৰেমিক বা প্ৰেমিকাৰ সংগত আপুনি সুখ-সন্তুষ্টি লাভ কৰিব। আপোনাৰ বিত্তীয় দিশ শক্তিশালী হব। আপুনি কেতবোৰ ডাঙৰ সিদ্ধান্ত লবলৈ দ্বিধা-সংকোচ নকৰিব। আপুনি সাহসেৰে কাম কৰিব আৰু কোনো পেশাদাৰী সম্পৰ্কই সুফল দিব।