কন্যা

কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

Sentinel Digital Desk

কোনো সামাজিক অনুষ্ঠানত আজি আপুনি আপোনাৰ বাবে বিশেষ এজন ব্যক্তিক লগ পাব পাৰে। প্ৰেমৰ নতুন বীজ অংকুৰিত হোৱাত সময় লব পাৰে। গতিকে আপুনি ধীৰ-স্থিৰ হওক। আপুনি এক ডাঙৰ প্ৰেম-জীৱনৰ দিশে অগ্ৰসৰ হৈছে। কৰ্মস্থলীত আপুনি মূৰ তল আন্তৰিকতাৰে কাম কৰি যাওক। ইয়ে আপোনালৈ অ-প্ৰত্যাশিত ফলাফল আনিব। আপুনি সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হব।