কন্যা

কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

Sentinel Digital Desk

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে নগৰলৈ ওলাই যোৱাৰ সুযোগ পাব। কোনো বন্ধুৱে দিয়া উপদেশৰ জৰিয়তে আপুনি প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত উপকৃত হব। আপুনি অসাধাৰণতাৰে আৰোপিত দায়িত্ব সম্পাদন কৰিবলৈ সক্ষম হব। কৰ্মৰ ক্ষেত্ৰত আপুনি উন্নতি সাধন কৰিব। দিনটোৰ শেষৰ সময়ছোৱাই সুখ কঢ়িয়াই আনিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।