ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩১ ডিচেম্বৰ, শুকুৰবাৰ, ২০২১)

Sentinel Digital Desk

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৪, ১৩, ২২, ৩১

শুভ বাৰসমূহঃ সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ

শুভ ৰংসমূহঃ সেউজীয়া, বেঙুণীয়া, ৰঙা

                                                           আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩১ ডিচেম্বৰ, শুকুৰবাৰ, ২০২১)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

পূৰ্বৰ দিনতকৈ এতিয়াৰ কিছু দিন ভাল। আপোনাপ বাবে আজিৰ দিনটোও তেনে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত প্ৰচুৰ বুজা-পৰা আৰু ভাল বান্ধোন থাকিব। আস্থা আৰু প্ৰেম বৃদ্ধি পাব। আপোনাৰ অন্তৰ ভক্তিৰ অনুভূতিৰে ভৰি থাকিব। আপুনি আপোনাৰ মানসিক সামৰ্থ্যৰ সৰ্বোচ্চ প্ৰযোগো কৰিব। আপুনি কোনো উত্সৱ-পাৰ্বণৰ প্ৰস্তুতিটো ব্যস্ত থাকিব। 

বৃষ : (এপ্ৰিল ২১- মে ২১)

কৰ্মস্থলীত আপুনি এটা অতি ভাললগা খবৰ পাব। এই খবৰ আপোনাৰ জীৱনসংগীৰ বাবে অতি আনন্দৰ বিষয় হব। আপোনালোক দুয়োজনে ভাগ্যৰ এই আকস্মিক পৰিৱৰ্তন উপভোগ কৰিব। আপুনি অনেক বস্তু ক্ৰয় কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি ঘৰুৱা দায়িত্বও অতি ভালদৰে পালন কৰিব। কামত আপোনাৰ কৰ্তৃত্ব থাকিব। 

মিথুন : (মে ২২ - জুন ২১)

পুনৰ আপোনাৰ সুখৰ দিন আৰম্ভ হৈছে। এই সুখ-সমৃদ্ধি সম্পূৰ্ণভাবে উপভোগ কৰক। এই সুন্দৰ জলবায়ুৰ দিনত আপুনি আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব। আপুনি এক উদাৰ আৰু দয়ালু দৃষ্টিভংগী গ্ৰহণৰ প্ৰয়োজন হব। আপুনি আনৰ সহায়ত শক্তি আৰু দৃঢ়তা অৰ্জন কৰিব। ৷ আপুনি আপোনাৰ জীৱনক অগ্ৰাধিকাৰসমূহক গুৰুত্ব দি যাব ৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপোনাৰ অনুকূলে জোৱাৰ উঠিছে। আপুনি আপোনাৰ জীৱনত আপোনাৰ জীৱনসংগীৰ গুৰুত্ব উপলব্ধি কৰিবলৈ লব।আৰু তেওঁৰ সৈতে পূৰ্ণাংগ হবলৈ বিচাৰিব। আপুনি আন্তৰিকতাৰে আপোনাৰ কাম শেষ কৰিব ৷ আপুনি নাম-যশস্যা আহৰণ কৰিব আৰু মানুহৰ লগত প্ৰত্যক্ষভাবে কথা পাতিব ৷ পূৰ্বতকৈ মানুহৰ ওপৰত আপোনাৰ কৰ্তৃত্ব অধিক হ'ব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি বৰ্তমানৰ দৰে আনন্দকৰ দিনৰ অপেক্ষা কৰি আছিল। এই দিনবোৰ আপনাৰ বাবে অ-সীমিত ভাব-অনুভূতি আৰু প্ৰেম-ৰোমান্সৰ দিন। জীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হ'ব ৷ আপুনি ভাল খবৰ পাব। আপুনি কৰা কামৰ বাবে ভৱিষ্যতে পুৰস্কৃত হ'ব। আইন সংক্ৰান্তীয় বিষয়ত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লবলগীয়া হ'ব পাৰে। আপোনাৰ বিৰোধী আৰু প্ৰতিদ্বন্দ্বী পৰাভূত হব।

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি এগাৰকী পূৰ্ণাংগ জীৱনসংগী লাভৰ সপোন দেখি আহিছে। কিন্তু আপোনাৰ ইচ্ছা—পোন পূৰণ নোহোৱাকৈ আছে। আপুনি খুলা-খুলি মনৰ আৰু বহিঃমুখী হোৱাৰ প্ৰয়োজন হব। সকলো দিশৰ পৰাই সময় আপোনাৰ বাবে অনুকূল ৷ বিত্তীয় দিশত আপুনি অতি শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ বাবে পিতৃ-মাতৃক দিবলৈ সময় উলিয়াব ৷ ভাল তথা মহৎ কৰ্মৰ জৰিয়তে আপুনি পুৰষ্কৃত হ'ব।

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

প্ৰেমে এতিয়া আপোনাৰ পৰীক্ষা লব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সন্তুষ্ট আৰু মৰম আকলুৱা হবলৈ বিচাৰিব। আপুনি প্ৰত্যাহ্বান উপভোগ কৰিব আৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ বিচাৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে আপুনি অংশীদাৰী ব্যৱসায়ৰ চুক্তি কৰিব পাৰে ৷আপোনাৰ শত্ৰু বশীভূত হব। 

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধতা পুনৰ নতুন কৰাৰ প্ৰয়োজন হব। আপোনাৰ আত্মবিশ্বাসী ভাবমূৰ্তিৰ জৰিয়তে আপুনি অনেক মানুহৰ লগত সহজে বন্ধুত্ব গঢ়িব পাৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ বিচাৰিব ৷ আপুনি কিছুমান বিষয়ৰ নতুন জ্ঞান আহৰণ কৰিব।

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপুনি অতি অপ্ৰত্যাশিতভাবে জীৱনত প্ৰেম পাব। এই ঘটনাই বৰ্তমানে ঘটিব। অতি অ-গতানুগতিক পৰিৱেশত আপুনি মনে বিচৰা এজন ব্যক্তিক লগ পাব পাৰে । যদি আপুনি চাকৰি কৰে, তেন্তে আপুনি নিজৰ পচন্দৰ স্থানলৈ বদলি হ'ব পাৰে৷ আপুনি আপোনাৰ সন্তানৰ যতন লোৱাৰ প্ৰয়োজন ৷ আপুনি এজন নতুন ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰে ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপোনাৰ জীৱনসংগী আপোনাৰ অধিক ওচৰ চাপি আহিব। আপোনালোক দুয়োজনে একেলগে অনেক সময় অতিবাহিত কৰিব। আপুনি সুখী হ'ব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো আপোনাৰ দৰেই কথাবোৰ চিন্তা কৰিছে ৷ আপোনাৰ জীৱনত ইতিবাচক চিন্তা, আনন্দ-স্ফূৰ্তি আৰু ধন থাকিব ৷আপুনি সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)

আপুনি এক দীৰ্ঘ সময় ধৰি এটা গভীৰ প্ৰেমৰ সম্পৰ্কত আবদ্ধ হৈ আছে। আপনোৰ প্ৰেমিক বা প্ৰেমিকাই ইয়াক বিয়াৰ ৰূপ দিবলৈ বিচাৰিব। আপুনি আপোনাৰ সহকৰ্মীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব ৷ কোনোৱেই আপোনাৰ কামৰ প্ৰতি থকা আনুগত্যক অস্বীকাৰ কৰিব নোৱাৰিব ৷ আপুনি পুৰণি স্মৃতি পুনৰ সজীৱ কৰিব।

Content Area

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপোনাৰ জীৱনসংগীয়ে কবলৈ বিচৰাটো আপুনি এতিয়ালৈ বুজি নাপাব। কিন্তু লাহে লাহে আপুনি তেওঁৰ আবেগ অনুভূতি পূৰ্বতকৈ ভালদৰে বুজি পোৱাৰ চেষ্টা কৰিব। আপোনাৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পাব। ভাল পৰিৱেশ উপভোগ কৰি থকাৰ মাজতে আপুনি নিজৰ কামো সম্পূৰ্ণৰূপে কৰি শেষ কৰিব ৷