খালী পদৰ সংখ্যাঃ ১টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।
বয়সৰ সীমাঃ নূন্যতম ৩৫ বছৰ আৰু সৰ্বোচ্চ ৬২বছৰ।
দৰমহাঃ মাহিলী ৫ লাখ টকা। স্থায়ী দৰমহাঃ ৩.৭৫লাখ টকা আৰু সালসলনি ঘটিব পৰা দৰমহা ১.২৫লাখ টকা।
আৰু চাব পাৰেঃ নাবাৰ্ডত প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন আহ্বান