অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেচাদাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : যুৱ পেচাদাৰী-২
খালী পদৰ সংখ্যা : ০১টা
বয়স : নূন্যতম : ২১বছৰ
অধিকতম : ৪৫ বছৰ
দৰমহা : ৩৫,০০০ টকা (মাহিলী)
নিযুক্তিৰ স্থান : বাক্সা, অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/০৯/২০২১
প্ৰকল্পৰ বিষয় : Establishment of Biotech - KISAN HUB at RRLRRS, ICAR - NRRI", গেৰুৱা, অসম।
শিক্ষাগত অৰ্হতা :
• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।
অভিজ্ঞতা :
• কম্পিউটাৰ গ্ৰনত অভিজ্ঞ হ'ব লাগিব, লগতে ডাটা এনালাইচিচ আৰু তথ্য়ৰ লগত জ্ঞাত হ'ব লাগিব।
• স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।
• জিলাৰ স্থানীয় গ্ৰাম্য কৃষিৰ বিষয়ে অৱগত হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
• ৭ ছেপ্টেম্বৰ, ২০২১ তাৰিখে পুৱা ১১বজাৰ পৰা কে. ভি. কে. বাক্সাত সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব।
• সাক্ষাৎকাৰৰ বাবে অহা সকলো প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় নথ- পত্ৰ আনিব লাগিব।
• ইয়াৰ হেতু কোনো ধৰণৰ TA/ DA গ্ৰহণযোগ্য নহয়।
বাছনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা বা সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি এই বাছনি কৰা হ'ব।