চাকৰি

আচার্য নৰেন্দ্ৰ দেৱ মহাবিদ্যালয় নিযুক্তি

Sentinel Digital Desk

আচার্য নৰেন্দ্ৰ দেৱ মহাবিদ্যালয় নিযুক্তি

স্থান: নতুন দিল্লী

পদৰ নাম: প্ৰজেক্ট এচিছটেন্ট

পদ খালী: ০১

বয়স: ২৮ বছৰ

শিক্ষাগত অর্হতা: এম.এচ.চি মাইক্ৰবায়লজি/বায়মেডিকেল চাইঞ্চ/লাইফ চাইঞ্চ/বায়টেকনলজি ডিগ্ৰীসমূহ ৬০% নম্বৰ লৈ উত্তীর্ণ হোৱা হব লাগিব

দৰমহা: ৩১,০০০

 অন্তিম তাৰিখ :৯ জুন ২০২০ 

অধিক জানিবৰ বাবে : click here