চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩টা।

দৰমহাঃ মাহিলী ১২হেজাৰ টকা ৷

নিয়োগৰ স্থানঃ নগাঁও।

প্ৰকল্পৰ বিষয়ঃ থলুৱা প্ৰজাতিৰ মাছৰ বাবে বৈজ্ঞানিক সংৰক্ষণ কৰ্মসূচী ৷

নিযুক্তি প্ৰক্ৰিয়াঃ অহা ২৩জুনত অসম কৃষি বিশ্ববিদ্যালয়ৰ নগাঁবৰ ৰহাৰ কাৰ্যালয়ত মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব।

সাক্ষাৎকাৰৰ তাৰিখঃ ২৩/০৬/২০২০ ৷

সবিশেষ জানিবলৈ http://www.aau.ac.in/data/recruitment/CPI-PA-SCoPIF.PDF চাব পাৰে ।