চাকৰি

জে আৰ এফ নিয়োগৰ বাবে এইমছ, দিল্লীৰ আবেদন আহ্বান

এইমছ দিল্লীয়ে জে আৰ এফ নিয়োগৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

এই নিয়োগ এইমছ, দিল্লীৰ পেথ'লজী বিভাগত হ'ব।

নিয়োগৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৭-২০২০।

আবেদন অহা ২২ জুলাইৰ বিয়লি ৫ বজালৈকে drshipra0902@gmail.com লৈ পঠিয়াব পাৰিব।

সবিশেষ জানিবলৈ https://www.aiims.edu/images/pdf/recruitment/advertisement/pathology-7-7-20.pdf চাওক।