চাকৰি

এইমছ গুৱাহাটীত অধীক্ষক অভিযন্তা নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা ৷

দৰমহাঃ এক লাখ ২৩হেজাৰ টকাৰ পৰা দুই লাখ ১৫হেজাৰ ৯০০টকা ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ 2২.০৬.২০২০ .

সবিশেষ জানিবলৈ http://www.aiimsbhubaneswar.nic.in. চাওক।