এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি 2020
এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেডত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ফাৰ্ষ্ট অফিচাৰ / চিনিয়ৰ ফাৰ্ষ্ট অফিচাৰ
পদৰ সংখ্যা: ১৫
দৰমহা: ২৫,০০০/- ৰ পৰা ৩,৩৫,০০০/- টকা প্ৰতি মাহ।
বয়স: ৪৫ বছৰ
কৰ্ম স্থান: ভাৰতবৰ্ষ
আবেদনৰ মাচুল: ১৫০০/- টকা (এচ.টি/এচ চি প্ৰাৰ্থীৰ বাবে মাচুল ৰেহাই)
আবেদনৰ শেষ তাৰিখ: ১৮/০৯/২০২০
বাচনি প্ৰক্ৰিয়া: সাক্ষৎকাৰ
অধিক জানিবৰ বাবে : Click here
অন্য খবৰ পঢ়ক : অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি 2020