চাকৰি

Annapurna Group-গুৱাহাটীত বিভিন্ন পদ খালী

Annapurna Group-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

পদসমূহঃ

বিক্ৰী বিষয়া( ছেলছ অফিচাৰ), খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক। এম বি এ ডিগ্ৰীধাৰীয়ে অগ্ৰাধিকাৰ পাব।

অভিজ্ঞতাঃ এফ এম চি জিসহ সাধাৰণ বাণিজ্যত ন্যূনতম তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

ছিনিয়ৰ ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ

খালী পদৰ সংখ্যাঃ ১টা।

যিকোনো শাখাৰ স্নাতক আৰু উন্নত কথোপকথনৰ দক্ষতা থাকিব লাগিব।

ন্যূনতম ৭ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সঃ কোনো সীমা নাই।

আবেদনৰ পদ্ধতিঃ অনলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

ৱেবছাইটঃ https://www.annapurnagroup.in/career

আবেদন আৰু বায়োডাটা career@annapurnagroup.inলৈ প্ৰেৰণ কৰিব পাৰে।