চাকৰি

সহকাৰী অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital Desk

পদসমূহঃ

সহকাৰী অভিযন্তা( চিভিল)

খালী পদৰ সংখ্যাঃ ১২৮টা।

সহকাৰী অভিযন্তা(মেকানিকেল)

খালী পদৰ সংখ্যাঃ ৩৮টা।

সহকাৰী অভিযন্তা(বৈদ্যুতিক)

খালী পদৰ সংখ্যাঃ ১৬টা।

কনিষ্ঠ অভিযন্তা(চিভিল)

খালী পদৰ সংখ্যাঃ ২৯০টা।

কনিষ্ঠ অভিযন্তা( বৈদ্যুতিক)

খালী পদৰ সংখ্যাঃ ১২টা।

কনিষ্ঠ অভিযন্তা(মেকানিকেল)

খালী পদৰ সংখ্যাঃ ৬৬টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২চেপ্টেম্বৰ, ২০২০।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ন্যূনতম ২১ বছৰৰ পৰা সৰ্বোচ্চ ৩৮ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।