চাকৰি

আৰ্কাইভ সঞ্চালক নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital Desk

পদৰ নামঃ সঞ্চালক ৷

খালী পদৰ সংখ্যাঃ এটা ৷

বয়সৰ সীমা ৪৫ৰ পৰা ৫৫বছৰ ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী আধুনিক ভাৰত বুৰঞ্জীত ন্যূনতম দ্বিতীয় শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ৷ তদুপৰি নতুন দিল্লীস্থিত ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্কাইভৰ পৰা আৰ্কাইভেল ছায়েন্সৰ ডিপ্ল'মাধাৰী হ'ব লাগিব ৷ বুৰঞ্জীত এম ফিল অথবা পি এইচ ডি থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব।

কৰ্ম অভিজ্ঞতাঃ কোনো আৰ্কাইভ প্ৰতিষ্ঠানত আৰ্কাইভিষ্ট অথবা তেনে ধৰণৰ জ্যেষ্ঠ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ অন্ততঃ ৬ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷ কোনো চৰকাৰী আৰ্কাইভ ব্যৱস্তাপনা কামৰ ৮ বছৰ অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ লাভ কৰিব ৷ আৰ্কাইভ পৰিকল্পনা/আঁচনিৰ অভিজ্ঞতা ৷

দৰমহাঃ ৩০হেজাৰ টকাৰ পৰা ১ লাখ ১০হেজাৰ টকা ৷

সবিশেষ জানিবলৈ www. apsc.nic চাওক ৷