চাকৰি

বিভিন্ন ধৰণৰ পদত নিযুক্তিৰ বাবে লোকসেৱা আয়োগৰ আবেদন আহ্বান

Sentinel Digital Desk

পদসমূহঃ ফাংচনেল প্ৰৱন্ধক/ প্ৰকল্প প্ৰৱন্ধক/ উপ-সঞ্চালক

খালী পদৰ সংখ্যাঃ ২১টা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ৩০ বছৰতকৈ কম আৰু ৪৫বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ http://apsc.nic.in/advt_2020/Advt_No_04_2020_26June2020.pdfচাওক।