চাকৰি

অসম লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৫ টা৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এ পি এছ চিৰ অফিচিয়েল অধিসূচনাত উল্লেখ কৰা অনুসৰি হ'ব লাগিব ৷

নিযুক্তিৰ স্থানঃ গুৱাহাটী ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২১৷

এ পি এছ চিৰ ৱেবছাইট www.apsc.nic.in ৰ পৰা আবেদন জনাব পাৰিব ৷ ০১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা ৩০ছেপ্টেম্বৰ, ২০২১লৈ আবেদন জনাব পাৰিব ৷