চাকৰি

অসম লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

পদৰ নামঃ ফাংচনেল প্ৰৱন্ধক/প্ৰকল্প প্ৰৱন্ধক/প্ৰকল্প সঞ্চালক।

খালী পদৰ সংখ্যাঃ ২১টা।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ১,১০,০০০টকা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ ১ জানুৱাৰীত ৩০বছৰতকৈ কম আৰু ৪৫বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ http://apsc.nic.in/advt_2020/Advt_No_04_2020_26June2020.pdfচাওক।