চাকৰি

আৰ্মি পাব্লিক স্কুলত বিভিন্ন পদত নিযুক্তি ২০২০

Sentinel Digital Desk

আৰ্মি পাব্লিক স্কুলত বিভিন্ন পদত নিযুক্তি ২০২০

গুৱাহাটী নাৰেংগী‌ অৱস্থিত আৰ্মি পাব্লিক স্কুলত উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - স্পেচিয়েল এডুকেটৰ

পদৰ সংখ্যা - ০১

অৰ্হতা - সংশ্লিষ্ট বিষয়ত প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব ।

পদৰ নাম - ইউ ডি চি

পদৰ সংখ্যা -০১

অৰ্হতা- বাণিজ্য বিভাগত স্নাতক

কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

৫ বছৰৰ অভিজ্ঞতা।

কেনেদৰে আবেদন জনাব - ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া লিংকটোৰ সহায়ত আবেদন জনাব পাৰিব--

অন্তিম তাৰিখ-১৫-০৬-২০২০

অধিক জানিবৰ বাবে : click here