চাকৰি

অসমৰ দক্ষতা উন্নয়ন মিছনত পদ খালী

Sentinel Digital Desk

অসমৰ দক্ষতা উন্নয়ন মিছনৰ বিষয়েঃ 

অসমৰ দক্ষতা উন্নয়ন মিছন দক্ষতা নিয়োগ আৰু এণ্টাৰপ্ৰেণিউৰশ্বিপ বিভাগৰ উদ্যোগত স্থাপন কৰা হৈছে। এই মিচনৰ উদ্দেশ্যে হৈছে নিবনুৱা যুৱক-যুৱতীসকলৰ সামৰ্থ্য গঢ়ি তোলা আৰু অৰ্থপূৰ্ণ নিয়োজনৰ বাবে যুৱক-যুৱতীসকলক মানসম্পন্ন প্ৰশিক্ষণ প্ৰদান কৰা। 

অসমৰ দক্ষতা উন্নয়ন মিছনৰ নিযুক্তি-২০২২ঃ  

অসমৰ দক্ষতা উন্নয়ন মিছনে বিত্ত প্ৰৱন্ধক আৰু লিংগ আৰু থলুৱা মানুহৰ বিশেষজ্ঞ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

প্ৰাৰ্থীসকলে  পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

 বিত্ত প্ৰৱন্ধক আৰু লিংগ আৰু থলুৱা মানুহৰ বিশেষজ্ঞ।  

পদৰ সংখ্যা

২ টা। 

দৰমহা

মাহিলী ৭৫ হেজাৰ টকাৰ পৰা ১, ৭৫,০০০ টকা। 

চাকৰিৰ স্থান

গুৱাহাটী। 

বয়সৰ সীমা

উল্লেখ নাই। 

অন্তিম তাৰিখ

 ১৫ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট

asdm.assam.gov.in। 

পদৰ সবিশেষঃ 

বিত্ত বিষয়াঃ ১ টা। 

থলুৱা মানুহৰ বিশেষজ্ঞঃ ১টা। 

দৰমহাঃ 

বিত্ত বিষয়াঃ ১, ৫০,০০০ টকাৰ পৰা ১, ৭৫০০০টকা। 

থলুৱা মানুহৰ বিশেষজ্ঞঃ ৭৫,০০০ টকাৰ পৰা ৯০,০০০টকা। 

শিক্ষাগত অৰ্হতাঃ 

বিত্ত বিষয়াঃ চি এ, এম কম, এম বি এ। 

থলুৱা মানুহৰ বিশেষজ্ঞঃ স্নাতকোত্তৰ ডিগ্ৰী। 

অভিজ্ঞতাঃ 

বিত্ত বিষয়াঃ মুঠ ৮ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে ৩ বছৰৰ অভিজ্ঞতা চৰকাৰী খণ্ডত হব লাগিব। 

থলুৱা মানুহৰ বিশেষজ্ঞঃ ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

প্ৰথমে asdm.assam.gov.in। চাব।

তাৰ পাছতে চাকৰিৰ অধিসূচনাৰ কেৰিয়াৰ বা নিযুক্তি অপচন চাব। 

চাকৰিৰ অফিচিয়েল লিংক ডাউনলোড কৰিব। 

আবেদন পূৰণৰ পূৰ্বে আবেদন গ্ৰহণৰ শেষ তাৰিখ চাব। 

কোনো ভুল নোহোৱাকৈ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ১৫ফেব্ৰুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰিব।