চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেশাদাৰী নিযুক্তি

অসম কৃষি বিশ্ববিদ্যালয়ে যুৱ পেশাদাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৮টা।

বয়সৰ সীমাঃ নূন্যতম ২১ বছৰৰ পৰা ৪৫ বছৰ।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ কৃষি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী।

সাক্ষাতকাৰৰ তাৰিখঃ  ০৭-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.aau.ac.in/data/recruitment/YP-II-Walk-In-Interview.pdf চাওক।