চাকৰি

অসম শক্তি উত্পাদন নিগম লিমিটেডত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৪২ হেজাৰ টকাৰ পৰা ১ লাখ ১৬ হেজাৰ টকা। গ্ৰেড পে ২০হেজাৰ টকা আৰু অন্যান্য ভাট্টা।

বয়সৰ সীমাঃ ৪৫ বছৰৰ পৰা ৫৫ বছৰ।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-০৯-২০২০।

আবেদনৰ নিয়মঃ APGCL-ৰ ৱেবছাইট www.apgcl.org-ত সকলো তথ্য পাব।