চাকৰি

পি ডব্লিউ ডিৰ হাফলং চক্ৰত কনিষ্ঠ সহায়ক, কাৰ্যালয় পিয়ন নিযুক্তি

Sentinel Digital Desk

লোকনিৰ্মাণ বিভাগ ( পি ডব্লিউ ডি)-ৰ হাফলং চক্ৰঃ 

লোকনিৰ্মাণ বিভাগ ( পি ডব্লিউ ডি)-ৰ ডিমা হাছাউৰ হাফলং চক্ৰৰ অধীক্ষক অভিযন্তা( আৰ এণ্ড বি)-ই কনিষ্ঠ সহায়ক (তৃতীয় বৰ্গ) আৰু কাৰ্যালয়ৰ পিয়ন(চতুৰ্থ বৰ্গ)-ৰ ৩ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 লোকনিৰ্মাণ বিভাগ ( পি ডব্লিউ ডি)-ৰ হাফলং চক্ৰত নিযুক্তি ২০২২ঃ 

লোকনিৰ্মাণ বিভাগ ( পি ডব্লিউ ডি)-ৰ ডিমা হাছাউৰ হাফলং চক্ৰৰ অধীক্ষক অভিযন্তা( আৰ এণ্ড বি)-ই কনিষ্ঠ সহায়ক (তৃতীয় বৰ্গ) আৰু কাৰ্যালয়ৰ পিয়ন(চতুৰ্থ বৰ্গ)-ৰ ৩ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কনিষ্ঠ সহায়ক (তৃতীয় বৰ্গ)

কাৰ্যালয় পিয়ন ( চতুৰ্থ বৰ্গ) 

খালী পদ

০২ টা

০১ টা। 

বয়সৰ সীমা

০১-০১-২০২২-ত ১৮-ৰ পৰা ৪৫ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে ২ বছৰ বয়স ৰেহাই পাব। 

০১-০১-২০২২-ত ১৮-ৰ পৰা ৪৫ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে ২ বছৰ বয়স ৰেহাই পাব। 

দৰমহা

১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০ টকাৰ লগতে ৬,২০০ টকাৰ গ্ৰেড পে। 

PB-1, Rs.12,000-52000/- + Grade Pay Rs.3,900/-

মাহিলী ১২ হেজাৰ টকাৰ পৰা ৫২,০০০ টকাৰ লগতে ৩,৯০০ টকাৰ গ্ৰেড পে। 

চাকৰিৰ স্থান

হাফলং, অসম। 

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

চাকৰিৰ প্ৰকৃতি

স্থায়ী। 

আবেদনৰ অন্তিম তাৰিখ

২০-০১-২০২২

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা : 

পদৰ নাম

শিক্ষাগত অৰ্হতা

কনিষ্ঠ সহায়ক (তৃতীয় বৰ্গ)

কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক। লগতে কম্পিউটাৰত টাইপিং আৰু ইংৰাজী ড্ৰাফটিঙৰ কাম জানিব লাগিব। 

কাৰ্যালয় পিয়ন ( চতুৰ্থ বৰ্গ) 

অষ্টম শ্ৰেণী উত্তীৰ্ণ। 

আবেদনৰ নিয়মঃ 

১) অসম ৰাজপত্ৰৰ নৱম খণ্ডত প্ৰকাশিত ষ্টেণ্ডাৰ্ড ফৰ্মযোগে আবেদন জনাব লাগিব। আবেদনত ১০ টকা মূল্যৰ আদালতৰ মোহৰ লগাব লাগিব। 

২) বয়স, শিক্ষাগত অৰ্হতা আদিৰ প্ৰমাণপত্ৰৰ প্ৰত্যায়িত প্ৰতিলিপি, নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন নম্বৰ থকা কাৰ্ড, শেহতীয়াকৈ তোলা ৩ কপি পাছপোৰ্ট ফটো প্ৰেৰণ কৰিব লাগিব। 

আবেদন অহা ২০ জানুৱাৰী, ২০২০ৰ কাৰ্যালয়ৰ সময়ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। 

ঠিকনাঃ ffice of the Superintending Engineer, P.W.D. (R&B) Haflong Circle, Haflong Dima Hasao।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।