চাকৰি

আছাম ৰাইফলছত ৰাইফল মেন/ৰাইফল উইমেন নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৩১টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৭-২০২১।

বয়সৰ সীমাঃ www.assamrifles.gov.in –ত পাব।

দৰমহাঃ দৰমহাৰ তথ্য www.assamrifles.gov.in-ত পাব।

শিক্ষাগত অৰ্হতাঃ www.assamrifles.gov.in-ত পাব।

অনলাইন আবেদন পত্ৰৰ বাবে অনুগ্ৰহ কৰি www.assamrifles.gov.in-চাওক।