অসম বিধানসভা সচিবালয় নিযুক্তি ২০২০
পদৰ নাম -
১)আণ্ডাৰ চেক্ৰেটেৰী
পদৰ সংখ্যা -০১
বয়স- ৩৫ ৰ পৰা ৪৩
অৰ্হাত - স্নাতক ।
অভিজ্ঞতা - ৫ বছৰ
২) লাইব্ৰেৰীয়ান
পদৰ সংখ্যা - ০১
বয়স -৪০ ৰ পৰা ৫২ ভিতৰত হ'ব লাগিব ।
অৰ্হতা - লাইব্ৰেৰী চাইন্সত স্নাতকোত্তৰ
৩) এচিচটেন্ট লেংগুৱেজ অফিচাৰ
পদৰ সংখ্যা-০১
অৰ্হতা - স্নাতকোত্তৰ
৪) ডিপুট্যি মাৰ্চল
পদৰ সংখ্যা -০২.
অৰ্হতা - স্নাতক ।
৫) ইংলিছ ৰিপোৰ্টাৰ
পদৰ সংখ্যা-০২
অৰ্হতা - স্নাতক
৬) ষ্টেনগ্ৰাফৰ
পদৰ সংখ্যা -০১
অৰ্হতা - স্নাতক ।
অন্তিম তাৰিখ-২০-০৬-২০২০
অধিক জানিবৰ বাবে : click here