চাকৰি

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ ২০২০ ৰ  নিযুক্তি -

Sentinel Digital Desk

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ ২০২০ ৰ নিযুক্তি -

অসম বিত্তিয় সেৱাৰ অৱসৰপ্ৰাপ্ত ইচ্ছুক বিষয়া সকলৰ বাবে আবেদন বিচৰা হৈছে । সম্পূৰ্ণভাৱে ঠিকা ভিত্তিত নিয়োগ কৰা হ'ব।

পদৰ নাম - বিত্তিয় বিষয়া

খালী পদ - ১টা

আবেদনৰ অন্তিম তাৰিখ - ১৩-০১-২০২০

বাছনি প্ৰক্ৰিয়া - আবেদনকাৰীয়ে এটা লিখিত পৰীক্ষা আৰু এটা মৌখিক পৰীক্ষাত অৱত্তীৰ্ণ হ'ব লাগিব ।পৰীক্ষাৰ নিৰ্দিষ্ট স্থান, সময় ,তাৰিখ কৰ্তৃপক্ষৰ দ্ধাৰা নিৰ্ধাৰিত কৰা হ'ব । আবেদনকাৰীসকলে তেওঁলোকৰ আবেদন কৰাৰ আগতে নিজৰ যোগ্যতা নিশ্চিত কৰিব লাগিব। ASDMA ৰ ৱেবছাইটত এই সম্পৰ্কে সকলোবোৰ তথ্য উপলব্ধ হ'ব !

আবেদনকাৰীয়ে নিৰ্ধাৰিত সকলো প্ৰমানপ্ৰত্ৰ ৰ স'তে ১৩-১-২০২০ চনৰ ৩ বজালৈকে আবেদন কৰিব পাৰিব।

আবেদন প্ৰেৰণৰ ঠিকনা : মুখ্য কাৰ্য্যবাহী বিষয়া,

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ (ASDMA)

Ancillary Block -t (Opp. Sectt Branch) জনতা ভৱন ,দিছপুৰ , গুৱাহাটী - ৭৮১০০৬ , অসম ।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :