চাকৰি

অসম বিশ্ববিদ্যালয়ত হিন্দী অনুবাদক নিযুক্তি

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে হিন্দী অনুবাদক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩৫,৪০০টকা।

বয়সৰ সীমাঃ ১৫জুলাই, ২০২০ত ৩০ বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.aus.ac.in/wp-content/uploads/2020/06/EMPLOYMENT-2-2020.pdfচাওক।