চাকৰি

অসম বিশ্ববিদ্যালয়ত নিম্নবৰ্গৰ সহায়কৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ছটা।

দৰমহাঃ মাহিলী ১৯,৯০০টকা।

নিযুক্তিৰ স্থানঃ শিলচৰ, কাৰ্বি আংলং

বয়সৰ সীমাঃ ১৫জুলাই, ২০২০ত ২৮বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০ ।

সবিশেষ জানিবলৈ http://www.aus.ac.in/wp-content/uploads/2020/06/EMPLOYMENT-2-2020.pdf চাওক।