চাকৰি

অসম বিশ্ববিদ্যালয়ত বিত্ত বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ১৫জুলাই, ২০২০ত সৰ্বোচ্চ ৫৭বছৰ।

দৰমহাঃ মাহিলী ১, ৪৪,২০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.aus.ac.in/wp-content/uploads/2020/06/EMPLOYMENT-2-2020.pdf চাওক।