চাকৰি

বাজাজ ফিনান্সত ছেলছ এক্সিকিউটিভৰ পদ খালী

Sentinel Digital Desk

বাজাজ ফিনান্সে এক্সিকিউটিভ নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

Sales Executive (Quess)।

খালী পদৰ সংখ্যাঃ ২টা।  ইয়াৰে এটা তিনিচুকীয়াৰ আৰু আনটো যোৰহাটৰ। 

বয়সৰ সীমাঃ ২৮ বছৰ পৰ্যন্ত। 

দৰমহাঃ মাহিলী ১০ হেজাৰ টকাৰ লগতে ভাট্টা। 

শিক্ষাগত অৰ্হতাঃ ন্যূনতম স্নাতক। 

নিযুক্তিৰ স্থানঃ অসম। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ১৯ অক্টোবৰ, ২০২১। 

আবেদন আৰু Cv saurav.ghosh1@bajajfinserv.in অথবা  whatsapp at 8876848513  লৈ প্ৰেৰণ কৰিব পাৰে।