চাকৰি

বামাৰ লৱৰি এণ্ড কো (Balmer Lawrie & Co)ত চাকৰি

Sentinel Digital Desk

পদৰ নামঃ কনিষ্ঠ বিষয়া(ভঁৰাল)।

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ২৫ বছৰ।

দৰমহাঃ বিষয়াৰ গ্ৰেড ১ৰ। মাহিলী ২১,৭৫০ টকাৰ পৰা ৬৫,০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ সৰ্বভাৰতীয় পৰ্যায়ৰ লিখিত পৰীক্ষা।

আবেদনৰ নিয়মঃ http://www.balmerlawrie.com/pages/currentopening-ত আবেদন জনাব পাৰিব। অহা ১৭ আগষ্টৰ নিশা ১১-৫৯লৈ আবেদন জনাব পাৰিব।