চাকৰি

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

Sentinel Digital Desk

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০১টা। 

নিযুক্তিৰ স্থানঃ গুৱাহাটী। 

শিক্ষাগত অৰ্হতাঃ  এম চি আই  / এন এম চিৰ দ্বাৰা স্বীকৃত Anaesthesiologyৰ এম ডি বা ডি এন বি। Oncology-ৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব। 

বয়সৰ সীমাঃ ১২-১০-২০২১চ ৪০ বছৰ। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-১০-২০২১।

দৰমহাঃ মাহিলী ১, ০১, ০০০টকা।