চাকৰি

ডাঃ বি বৰৱা কৰ্কট প্ৰতিষ্ঠানত ছ'চিয়েল ৱৰ্কাৰৰ পদখালী

Sentinel Digital Desk

গুৱাহাটীৰ ডাঃ বি বৰৱা কৰ্কট প্ৰতিষ্ঠানে ছ'চিয়েল ৱৰ্কাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০১টা। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এম এছ ডব্লিউ ডিগ্ৰীধাৰী হব লাগিব। 

বয়সৰ সীমাঃ ৩৫ বছৰতকৈ কম। 

সাক্ষাতকাৰৰ তাৰিখ- ২৭-০৯-২০২১। 

দৰমহাঃ মাহিলী ৩২, ০০০টকা। 

২৭-০৯-২০২১ৰ পুৱা ৯ বজাৰ পৰা ১০ বজালৈ সাক্ষাতকাৰ অনুষ্ঠিত হব। 

সাক্ষাতকাৰৰ স্থানঃ ডাঃ বি বৰৱা কৰ্কট প্ৰতিষ্ঠানৰ সভাকক্ষ।