বিহপুৰীয়া মহাবিদ্যালয়, লখিমপুৰ নিযুক্তি ২০২০
পদৰ নাম - সহকাৰী অধ্যাপক
পদৰ সংখ্যা -০১
বিষয়- ইংৰাজী।
অৰ্হতা - স্নাতকোত্তৰ / পি এইচ ডি
বয়স- ৩৮ বছৰৰ ওপৰত
কেনেদৰে আবেদন জনাব - প্ৰাৰ্থীয়ে উপযুক্ত নথি পত্ৰ সমূহ তলৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব --
Office of the Principal, Bihpuria College, P.O. Bihpuria, Dist Lakhimpur, Assam, PIN- 784161
অন্তিম তাৰিখ - ১৩-০৬-২০২০
অধিক জানিবৰ বাবে : click here