চাকৰি

বেংক অৱ বৰোডাত ব্যৱসায় মুৰব্বীৰ পদখালী

এই বিষয়ে তলত অধিক তথ্য পাব।

Sentinel Digital Desk

বেংক অৱ বৰোডাই ব্যৱসায় মুৰব্বীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী। মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী থকাসকলে অগ্ৰাধিকাৰ পাব। ন্যূনতম ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ৩০ৰ পৰা ৫৬ বছৰৰ ভিতৰত।

আবেদন গ্ৰহণৰ শেষ তাৰিখ-0৭/১০/২০২১।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদনৰ মাচুলঃ ৬০০ টকা। এছ চি, এছ , টি আৰু বিশেষভাবে সক্ষম আৰু মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০ টকা।

ৱেবছাইটঃ bankofbaroda.in।