চাকৰি

সীমান্ত সুৰক্ষা বাহিনীত মেকানিকৰ পদখালী

Sentinel Digital Desk

পদসমূহঃ ছিনিয়ৰ এয়াৰক্ৰাফট মেকানিক আৰু ছিনিয়ৰ ৰেডিঅ' মেকানিক।

খালী পদৰ সংখ্যাঃ ৮১টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১২-২০২০।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

সবিশেষ জানিবলৈ http://bsf.nic.in/en/recruitment.html চাওক।